Chef BB's Kitchen
Chef BB's Kitchen
  • Видео 845
  • Просмотров 60 108 337
উৰহীৰ চাটনী খাই পাইছেনে ? ঘৰতে পোৱা সামগ্ৰীৰে এটা সুন্দৰ চাটনী, উৰহী বেয়া পোৱা সকলে গমেই নাপাব ৷

Просмотров: 4 234

Видео

আলাস্কা ৰ শেষ সময় ৷ Last video of Alaska cruise trip | জাহাজৰ ভিতৰ আৰু বাহিৰৰ দৃশ্য ৷
Просмотров 9 тыс.День назад
আলাস্কা ৰ শেষ সময় ৷ Last video of Alaska cruise trip | জাহাজৰ ভিতৰ আৰু বাহিৰৰ দৃশ্য ৷
খোলা চিৰিয়াখানা দেখিছেনে ? Open zoo in Virginia | Drive through zoo visit
Просмотров 6 тыс.14 дней назад
আপোনালোকক এখন Open Zoo লৈ নিম আৰু তাত থকা জন্তু বোৰক খুৱাম ৷ ভাৰ্জিনীয়া ত থকা এই চিৰিয়াখানা খন খোলা, তাত থকা জন্তু বোৰক বান্ধি নাৰাখে, মুক্ত মনেৰে ঘুৰি ফুৰে ৷ পাপাহঁত আহোতে লৈ গৈছিলো আমি, হৰিণ বোৰক খুৱাই কি ভাল পালে পাপায়ে লগতে আমিওঁ ৷ বাপৰে! কি হুলস্থুল আছিল আমাৰ গাড়ীৰ ভিতৰত ৷ আশা কৰিলো ভাল পাব আপোনালোকে ৷ শ্বেয়াৰ কৰিব যিমান পাৰে ৷ কমেন্টত জনাব দেই কেনে পালে ৷
প্ৰশান্ত মহাসাগৰৰ মাজত থকা Glacier চাওঁ বলক ৷ Glacier view from Pacific Ocean | chefbbskitchen
Просмотров 8 тыс.14 дней назад
প্ৰশান্ত মহাসাগৰৰ মাজত থকা Glacier চাওঁ বলক ৷ Glacier view from Pacific Ocean | chefbbskitchen
Alaska Cruise trip -Skagway scenic view, আমেৰিকাত ট্ৰেইন জাৰ্নী এটা কৰো আহক ৷ chefbbskitchen
Просмотров 10 тыс.14 дней назад
Alaska Cruise trip -Skagway scenic view, আমেৰিকাত ট্ৰেইন জাৰ্নী এটা কৰো আহক ৷ chefbbskitchen
এইবাৰ Dolphin য়ে নচা চাওঁ আহক ৷ দেখিছেনে Dolphine ৰ নাচ ? Dolphin and Orca show in Sea world Florida
Просмотров 6 тыс.Месяц назад
এইবাৰ Dolphin য়ে নচা চাওঁ আহক ৷ দেখিছেনে Dolphine ৰ নাচ ? Dolphin and Orca show in Sea world Florida
প্ৰশান্ত মহাসাগৰৰ মাজমজিয়াৰ পৰা ৷ From Alaska Cruise | জাহাজৰ ভিতৰত কি কি আছে চাওঁ আহক
Просмотров 18 тыс.Месяц назад
প্ৰশান্ত মহাসাগৰৰ মাজমজিয়াৰ পৰা ৷ From Alaska Cruise | জাহাজৰ ভিতৰত কি কি আছে চাওঁ আহক
Alaska Cruise trip | জাহাজত দুদিন থকাৰ পাচত যেতিয়া প্ৰথম মাটিত ভৰি দিছিলো তাৰ অনুভৱ
Просмотров 20 тыс.Месяц назад

আমাৰ ৭ দিনৰ প্ৰথম জাহাজ ভ্ৰমন প্ৰশান্ত মহাসাগৰত | Alaska Cruise trip | Pacific Ocean
Просмотров 10 тыс.Месяц назад
আমাৰ ৭ দিনৰ প্ৰথম জাহাজ ভ্ৰমন প্ৰশান্ত মহাসাগৰত | Alaska Cruise trip | Pacific Ocean
তিমি মাছে নচা দেখিছেনে ? whale show in Sea World, Florida | ChefBB’sKitchen
Просмотров 3,4 тыс.Месяц назад
তিমি মাছে নচা দেখিছেনে ? whale show in Sea World, Florida | ChefBB’sKitchen
ভিনিয়েৰক চিনি নোপোৱা সকলে চাব ভিডিঅ টো ৷ Breakfast in Vancouver | ChefBB’sKitchen
Просмотров 12 тыс.Месяц назад
ভিনিয়েৰক চিনি নোপোৱা সকলে চাব ভিডিঅ টো ৷ Breakfast in Vancouver | ChefBB’sKitchen
কানাডাত সাগৰৰ পাৰত ১০ কিমি চাইকেল চলোৱাৰ আনন্দ ৷ 10 km bike riding in Vancouver
Просмотров 7 тыс.Месяц назад

Disney world Florida ৷ Disney ৰ মেজিক কিংদম চাওঁ বলক ৷ One of the best park of the world

চুকা শাক আৰু চিতল মাছৰ জুতি ৷ আমেৰিকাৰ মোৰ বাৰীত চুকা শাকৰ খেতি ৷
Просмотров 20 тыс.Месяц назад
চুকা শাক আৰু চিতল মাছৰ জুতি ৷ আমেৰিকাৰ মোৰ বাৰীত চুকা শাকৰ খেতি ৷
Veg chowmin from my hibachi grill | চাওমিন ৰন্ধাৰ নিয়ম
Просмотров 11 тыс.Месяц назад
Veg chowmin from my hibachi grill | চাওমিন ৰন্ধাৰ নিয়ম
আমেৰিকাত পাপা আৰু মোৰ বিহুৰ যুগলবন্দি ৷ আমেৰিকাত আহি পাপা য়ে বিহু গালে | হেৰাই যোৱা বিহু গান ৷
Просмотров 3,5 тыс.2 месяца назад
আমেৰিকাত পাপা আৰু মোৰ বিহুৰ যুগলবন্দি ৷ আমেৰিকাত আহি পাপা য়ে বিহু গালে | হেৰাই যোৱা বিহু গান ৷
মগু দালি আৰু মাছৰ খাৰ খাইছেনে ? আমাৰ এই ৰেচিপিটো এদিন ট্ৰাই কৰিবছোন ৷ ChefBB’SKitchen
Просмотров 8 тыс.2 месяца назад
মগু দালি আৰু মাছৰ খাৰ খাইছেনে ? আমাৰ এই ৰেচিপিটো এদিন ট্ৰাই কৰিবছোন ৷ ChefBB’SKitchen
তিল দিয়া বেঙেনা আৰু পনীৰৰ এটা নতুন সোৱাদ ৷ নশিকাৰু সকলৰ বাবে এটা নতুন ৰেচিপি
Просмотров 9 тыс.2 месяца назад
তিল দিয়া বেঙেনা আৰু পনীৰৰ এটা নতুন সোৱাদ ৷ নশিকাৰু সকলৰ বাবে এটা নতুন ৰেচিপি
কচুঁ শাক আৰু গাহৰীৰ জুতি ৷ এই জুতিটো এদিন খাই চাব দেই ৷ ChefBB’SKitchen
Просмотров 5 тыс.2 месяца назад
কচুঁ শাক আৰু গাহৰীৰ জুতি ৷ এই জুতিটো এদিন খাই চাব দেই ৷ ChefBB’SKitchen
অসমীয়া খাদ্যক বিশ্ব দৰবাৰত চিনাকী কৰাবলৈ গৈ আছো ৷ বান্ধবীলৈ মৰমতে কি কি আনিলো ৷ VlogChefBB’sKitchen
Просмотров 9 тыс.3 месяца назад
অসমীয়া খাদ্যক বিশ্ব দৰবাৰত চিনাকী কৰাবলৈ গৈ আছো ৷ বান্ধবীলৈ মৰমতে কি কি আনিলো ৷ VlogChefBB’sKitchen
খাৰ খাই আমেৰিকা বাসীয়ে কি ক’লে ? কেঁচা মিঠৈ খাই কি ক’লে ? বিশ্ব দৰবাৰত প্ৰথম বাৰৰ বাবে অসমীয়া খাদ্য
Просмотров 20 тыс.3 месяца назад
খাৰ খাই আমেৰিকা বাসীয়ে কি ক’লে ? কেঁচা মিঠৈ খাই কি ক’লে ? বিশ্ব দৰবাৰত প্ৰথম বাৰৰ বাবে অসমীয়া খাদ্য
প্ৰথম বাৰৰ বাবে বিশ্ব দৰবাৰত অসমীয়া খাদ্যৰ পৰিবেশন পাৰ্ট ১ ৷ আমেৰিকানে খাৰ খালেনে চাওঁ আহক
Просмотров 34 тыс.4 месяца назад
প্ৰথম বাৰৰ বাবে বিশ্ব দৰবাৰত অসমীয়া খাদ্যৰ পৰিবেশন পাৰ্ট ১ ৷ আমেৰিকানে খাৰ খালেনে চাওঁ আহক
এইবাৰ বিহুত Philadelphia ৰ আলহীক কেনেকৈ আপ্যায়ন কৰিলো চাওঁ আহক ৷
Просмотров 13 тыс.4 месяца назад
এইবাৰ বিহুত Philadelphia ৰ আলহীক কেনেকৈ আপ্যায়ন কৰিলো চাওঁ আহক ৷
পটল আৰু চয়াবিনৰ এটা টেষ্টি ৰেছিপী ৷ Pointed gourd and soyabean | ChefBB’skitchen
Просмотров 7 тыс.5 месяцев назад

মূলা শাক আৰু মাছৰ খাৰ এনেকৈ খাই পাইছেনে ? ন শিকাৰু সকলে এবাৰ ৰান্ধি খাব | ChefBB’sKitchen
Просмотров 6 тыс.5 месяцев назад

নৰ্থ ইণ্ডিয়ান থালি আৰু অলপ কথা| দৈ ভেন্দি মছালা খাই পাইছেনে ?
Просмотров 4,2 тыс.5 месяцев назад
নৰ্থ ইণ্ডিয়ান থালি আৰু অলপ কথা| দৈ ভেন্দি মছালা খাই পাইছেনে ?
কৰকৰা ভাত ৯০ দশকৰ কিমানে খাই পাইছে ? এটা পাহৰিব নোৱাৰা অসমীয়া জুতি
Просмотров 6 тыс.5 месяцев назад
কৰকৰা ভাত ৯০ দশকৰ কিমানে খাই পাইছে ? এটা পাহৰিব নোৱাৰা অসমীয়া জুতি
চজিনা পাত আৰু কনীৰ ভাজিৰ সোৱাদ ৷ কাৰ কাৰ পচন্দৰ বাৰু ? যদি খাই পোৱা নাই তেন্তে ভিডিঅটো চাব ৷
Просмотров 7 тыс.5 месяцев назад
চজিনা পাত আৰু কনীৰ ভাজিৰ সোৱাদ ৷ কাৰ কাৰ পচন্দৰ বাৰু ? যদি খাই পোৱা নাই তেন্তে ভিডিঅটো চাব ৷
Finally donated my Hair | Reason behind my hair donation The Best decision of my life
Просмотров 50 тыс.5 месяцев назад
Finally donated my Hair | Reason behind my hair donation The Best decision of my life
জীৱনৰ এটা বহুত ডাঙৰ Decision ল’লো ৷ আপোনালোকৰ পৰ উপায় লাগে ৷ সহায় কৰিব
Просмотров 15 тыс.5 месяцев назад